Monday 7 July 2014

ফকৰা যোজনাৰ সংগ্ৰহ "ঠ"

1. ঠন ঠন মদন গোপাল,
একেটা বৰলাৰ নখন চোতাল
2. ঠাই দি টপটপনি শুনা:
আনক আশ্ৰয় দি শলাগৰ পৰিব্ৰতে খোজেপ্ৰতি খুঁট ধৰি থকা দেখিবলৈ পোৱা।
3. ঠেং তলে যোৱা :
অতি অধম।
4. ঠেং দাঙি থাক :
যাওঁ যাওঁ বুলি উদ্গীৱ হৈ থাক।
5. ঠেং ভৰি এচাৰ:
উদ্ভণ্ডালি কৰ।
6. ঠেঙৰ ওপৰত ঠেং তোল:
আৰামেৰে থাক।
7. ঠোঁটকটা কাউৰী:
অনৰ্থক বলকি থকা লোক।
8. ঠৰঙা পচলা:
কাম-বন নকৰি সময় কটোৱা লোক।

No comments:

Post a Comment