আকাশখনৰ দৰে হ'ব পাৰিবা ? কিমান যে তঁৰা খহি পৰিছে, আৰু খহিব। তথাপি একো দুখ নাই।
আমি মানুহ বোৰেহে ব্যথিত হও, প্রিয়জনৰ বিৰহত।
আকাশ নির্বিকাৰ, বিচলিত নহয় কেতিয়াও।
আমি তুচ্ছ মনুষ্য, সহজেই দুখ পাও বেদনাবোৰ কঢ়িয়াই ফুৰো হিয়াত।
No comments:
Post a Comment