Wednesday 2 July 2014

বিজলী নেহী চাহাব,ভুলুকা হে ভুলুকা

গাঁওত তেতিয়া আর্মী পুলিচৰ
চেকিং সদায়ে চলে বুলিব পাৰি। সিহঁতৰ সন্দেহ
আমাৰ গাঁওত হেনো উগ্রপন্থীৰ ঘাটী।
সদায়ে আহি মানুহক হাৰাশাস্তি কৰে।
তেতিয়া আমাৰ ঘৰত বিজুলী সংযোগ নাছিল।
ঘৰটোও বাঁহ-বেত খেৰেৰে সজা আছিল। এদিন
আর্মীবোৰে চেকিং কৰিবৰ বাবে ঘৰ সোমাল।
ঘৰটোৰ ভিতৰচৰা আন্ধাৰ আছিল
বাবে সোমায়ে কলে “বিজলী নেহী হে ক্যা?”
মই:বিজলী নেহী চাহাব,ভুলুকা হে ভুলুকা।

No comments:

Post a Comment