Monday 7 July 2014

ফকৰা যোজনাৰ সংগ্ৰহ "ফ"

1. ফটা বাঁহ জোৰা নালাগে
2. ফটা কঁথা তিতে মানে গালৈহে গধুৰ
3. ফিৰিঙতিৰ পৰা খাণ্ডব দাহ
4. ফুটা কলহৰ মাত সাৰ
5. ফেউৰাৰ মাতত সিংহই উভতি নাচাই
6. ফোপজহি ৰঙাই,
এদোন ধানৰ পিঠা খুন্দি
গোটেই গাওখনকে জনাই
7. ফটা হওক চিতা হওক পাটৰ তঙালী,
কণা হওক কুজা হওক ভুঞাৰ পোৱালি
8. ফল খাই পানী,
যমে নিয়ে টানি
9. ফাল চাছোটেই মাঁহৰ বতৰ যোৱা

No comments:

Post a Comment